Install App
nabakumardekaorang
This browser does not support the video element.
ওদালগুৰি: বিটিচিৰ প্ৰাক্তন ইএম শ্যাম চুণ্ডীৰ বৰঝাৰৰ বীৰেন্দ্ৰ নগৰত দলীয় কৰ্মীৰ সৈতে মত বিনিময় অনুষ্ঠান
Udalguri, Udalguri | Sep 2, 2025
ওদালগুৰি জিলাৰ লগতে পাঁচনৈ চেৰফাং সমষ্টিত দিনক দিনে সাংগঠনিক স্থিতি শক্তিশালী আৰু সবল হৈ পৰিছে ।ওদালগুৰি জিলাৰ ৪৭নং মাজবাট বিধান সভা সমষ্টিৰ অধীনস্থ ৩৯ নং পাচঁনৈ ছেৰফাঙ পৰিষদীয় সমষ্টিৰ BPF দলৰ মনোনীত প্ৰাৰ্থী শ্যাম চুণ্ডী বৰঝাৰ বীৰেন্দ্ৰ নগৰ আশ্ৰমত সেৱা জনাই স্থানীয় দলীয় কৰ্মীৰ সৈতে কৰে মত বিনিময় কৰে ৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!