Install App
kanakboro82
This browser does not support the video element.
কোকৰাঝাৰ ভাগ: ফকিৰাগ্ৰামত অজনজাতি সমষ্টিত জি এছ পি দলৰ প্ৰাৰ্থী হিচাপে সুকুমাৰ দেৱনাথৰ নাম ঘোষনা কৰে দলৰ সভাপতি নব কুমাৰ শৰনীয়াৰ
Kokrajhar Part, Kokrajhar | Sep 1, 2025
বিটিচিৰ ৭ নংফকিৰাগ্ৰাম অজনজাতি সমষ্টিৰ জি এছ পি দলৰ প্ৰাৰ্থী হিচাপে সুকুমাৰ দেৱনাথৰ নাম ঘোষনা কৰে দলৰ সভাপতি নব কুমাৰ শৰনীয়াই। বিটিচি পৰিষদীয় নিৰ্বাচনত ফকিৰাগ্ৰাম সমষ্টিৰ পৰা সুকুমাৰ দেবনাথে বিপিএফ দলৰ পৰা প্ৰাৰ্থীৰ বঞ্চিত হোৱাৰ পিছতে জি এছ পি দলত ফকিৰাগ্ৰামত সোমবাৰে দিনৰ ৩ বজাত যোগদানৰ পিছত ৭ নংফকিৰাগ্ৰাম অজনজাতি সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে ঘোষণা কৰে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!