This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: মুখ্যমন্ত্ৰীৰ আগমনৰ প্ৰস্তুতিৰ বুজ লবলৈ ঢেকিয়াজুলি চাহ বাগিছাৰ খেলপথাৰত উপস্থিত হ’ল ঢেকীয়াজুলি সম-জিলাৰ আয়ুক্ত
Dhekiajuli Part, Sonitpur | Sep 1, 2025
অহা ৪ চেপ্টেম্বৰ তাৰিখে ঢেকিয়াজুলি চাহ বাগিছাৰ খেলপথাৰত উপস্থিত হ’ব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মা ৷ সেয়েহে প্ৰস্তুতিৰ বুজ লবলৈ সোমবাৰে সন্ধিয়া অনুমানিক ৬ বজাত ঢেকীয়াজুলি চাহ বাগিছাৰ খেলপথাৰত উপস্থিত হয় ঢেকীয়াজুলি সম-জিলাৰ আয়ুক্ত দ্যোতিভা বৰা,ঢেকীয়াজুলি পৌৰসভাৰ পৌৰনেত্ৰী সুস্মিতা দাসৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকল ৷ উল্লেখ্য যে ঢেকীয়াজুলি সমষ্টিৰ 'মহিলা উদ্যমিতা আঁচনি' ৰ হিতাধিকাৰী সকলৰ বাবে ১০,০০০ টকাৰ চেক প্ৰদান কৰিবলৈ আহিব মুখ্যমন্ত্ৰী ৷