Download Now Banner

This browser does not support the video element.

মৰাণ: ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰ: সোণ, ব্ৰঞ্জৰ পদক লাভ কৰা খেলুৱৈক তিলৈ স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত সম্বৰ্ধনা

Moran, Dibrugarh | Sep 12, 2025
উত্তৰ-প্ৰদেশত অনুষ্ঠিত চিবিএচই ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ-২০২৫ ত  সোণ আৰু ব্ৰঞ্জৰ পদকেৰে  অসম তথা  মৰাণলৈ গৌৰৱ কঢ়িয়াই আনিলে তিনি গৰাকী ছাত্ৰীয়ে। এই সাফল্যৰ পাছতে আজি স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত বিদ্যালয় কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা কেওগৰাকী ছাত্ৰ-ছাত্ৰীকে উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে
Read More News
T & CPrivacy PolicyContact Us