Download Now Banner

This browser does not support the video element.

আমগুৰি: ধেপৰ গাঁ‌ৱৰ পথাৰত উদ্ধাৰ হল ৰঙীন টিনপাত,হালোৱাটিং আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি উদ্ধাৰ কৰে টিনপাত

Amguri, Sivasagar | Aug 27, 2025
ধেপৰ গাঁ‌ৱৰ পথাৰত বুধবাৰে সন্ধ্যা উদ্ধাৰ হল ৰঙীন টিনপাত।হালোৱাটিং আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি ধেপৰ গাঁ‌ৱত টিনপাত হালোৱাটিং আৰক্ষীয়ে উদ্ধাৰ কৰি জব্দ কৰিছে। উল্লেখ্য যে কিছুদিন পুৰ্ব্বে প্ৰায় এক কোটি টকাৰ মুল্যৰ টিনপাতৰ লগতে অন্যান্য সামগ্ৰী কঢ়িয়াই অনা এখন ট্ৰাক সোণাপুৰৰ পথৰ পৰাই অন্তৰ্ধান হৈ পৰিছিল। ইয়াৰ পিছতেই সোণাপুৰ আৰক্ষী থানাত ১৩০|২৫ নংত এক গোচৰ ৰুজু হৈছিল।সোণাপুৰ আৰক্ষীয়ে গোচৰৰ ভিত্তিত তদন্ত অব্যাহত আছে।টিনপাত সমুহ বিভিন্ন স্থানত উদ্ধাৰ হৈছে।
Read More News
T & CPrivacy PolicyContact Us