This browser does not support the video element.
বিশ্বনাথ: জিলা আয়ুক্ত কাৰ্যালয় সন্মিলন কক্ষত আইন-শৃংখলা সন্দৰ্ভত জৰুৰী বৈঠক সম্পন্ন
Biswanath, Biswanath | Sep 12, 2025
বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসৰ সভাপতিত্বত এখন জৰুৰী সভা অনুষ্ঠিত হক্ষ। এই সভাত আৰক্ষী অধীক্ষক সুভাশিষ বৰুৱা আৰু অতিৰিক্ত আয়ুক্ত ৰাকেশ ডেকা আৰু আৰক্ষী প্ৰশাসন, জিলা প্ৰশাসনৰ বিষয়াৰ সৈতে আইন-শৃংখলা সন্দৰ্ভত মিলিত হৈ বিভিন্ন দিশত পৰ্যালোচনা কৰে।