This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: ভোটপাৰাত নৱনিৰ্মীত ঢেকীয়াজুলি সম-জিলা আৰক্ষী অধীকক্ষকৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে মন্ত্ৰী অশোক সিংহলে
Dhekiajuli Part, Sonitpur | Aug 28, 2025
ভোটপাৰাত নৱনিৰ্মীত ঢেকীয়াজুলি সম-জিলা আৰক্ষী অধীকক্ষকৰ কাৰ্যালয়ৰ শুভ উদ্বোধনী অনুষ্ঠান বৃহস্পতিবাৰে দিনৰ ১২ বজাত সামৰণি পৰে ৷ ঢেকীয়াজুলি সম-জিলা আৰক্ষী অধীকক্ষকৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে ৷ আজিৰ উক্ত উদ্বোধনী অনুষ্ঠানত শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাস,অসম আৰক্ষী মহা পৰিদৰ্শক প্ৰশান্ত সাগৰ চাংমাই,শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ প্ৰশাসনিক বিষয়া উপস্থিত থাকে ৷