Download Now Banner

This browser does not support the video element.

ধেমাজি: বেতনিপামত কংগ্ৰেছ দলৰ গুৰুত্ব পূৰ্ণ সভা, উপস্থিত জিলা কংগ্ৰেছৰ সভাপতি তিলক ফুকন

Dhemaji, Dhemaji | Sep 7, 2025
বেতনিপামত কংগ্ৰেছ দলৰ গুৰুত্ব পূৰ্ণ সভা, উপস্থিত জিলা কংগ্ৰেছৰ সভাপতি তিলক ফুকন দেওবাৰে আবেলি চাৰি বজাত ধেমাজি জিলাৰ কংগ্ৰেছ কমিটীৰ অন্তগত বেতনি পাম মণ্ডল কংগ্ৰেছ কমিটীৰ গুৰুত্ব পূৰ্ণ সভা অনুষ্ঠিত কৰা হয়। আজি উক্ত সভাত আগন্তুক দিনত ৰাষ্ট্ৰীয় দল টোক আগুৱাই নিয়া ক্ষেত্ৰ আলোচনা কৰা লগতে বিভিন্ন বিষয় ওপৰত আলোচনা কৰা হয় লগতে বেতনি পাম মণ্ডল কংগ্ৰেছ কম
Read More News
T & CPrivacy PolicyContact Us