Download Now Banner

This browser does not support the video element.

সোণাৰি: দেশৰ প্ৰধানমন্ত্ৰী সময়ছোৱাত , জিলা সদৰত জনজাতিকৰণৰ দাবীত টাইপা তীব্ৰ প্ৰতিবাদ, বিজেপি চৰকাৰক তীব্ৰ সমালোচনা

Sonari, Charaideo | Sep 13, 2025
ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰাৰ প্ৰতিবাদ তথা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ প্ৰতিবাদ জনাই চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ লাচিত উদ্যানত টাই আহোম যুৱ পৰিষদ অসমৰ প্ৰতিবাদ।টাইপাৰ চৰাইদেউ জিলা সমিতিৰ নেতৃত্বত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক মিছলীয়া বুলি সদৰি কৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতি কৰণৰ নামত বাৰে বাৰে প্ৰতাৰণা কৰি অহা কাৰ্যক তীব্ৰ গৰিহণা।অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ ভাষাৰে সমালোচনা কৰি মুখ্যমন্ত্ৰী গৰাকীক মিছলীয়া বুলি অভ
Read More News
T & CPrivacy PolicyContact Us