Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: জিলা ন্যায়িক আদালতৰ চৌহদত জিলা আইন সেৱা প্ৰাধিকাৰীৰ অধীনত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত

Biswanath, Biswanath | Sep 13, 2025
বিশ্বনাথ জিলাত জিলা আইন সেৱা প্ৰাধিকাৰীৰ অধীনত বিশ্বনাথ জিলা ন্যায়িক আদালত চৌহদত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয় । ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশত অনুষ্ঠিত এই লোক আদালতত আপোচযোগ্য, বিভিন্ন ফৌজদাৰী গোচৰ, দেৱানী গোচৰ, পাৰিবাৰিক গোচৰ, মটৰ দুৰ্ঘটনা দাবী গোচৰ, চেক বাউঞ্চ, ৰাজহ সংক্ৰান্তীয়, টেলিফোন বিল, বেংক ঋণ, বিদ্যুৎ মাচুল, আদি সমুহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে।
Read More News
T & CPrivacy PolicyContact Us