Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: চিৰাজুলিৰ ১ নং মইলাআলী গাঁৱৰ এটা বিলৰ পানীত ওপঙি থকা অৱস্থাৰ পৰা এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ

Dhekiajuli Part, Sonitpur | Sep 13, 2025
ঢেকীয়াজুলি আৰক্ষী থানা এলেকাৰ চিৰাজুলিৰ ১ নং মইলাআলী গাঁৱৰ এটা বিলৰ পানীত ওপঙি থকা অৱস্থাৰ পৰা এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ উল্লেখ্য যে আজি অঞ্চলটোৰ ৰাইজে বিলৰ পানীত উপঙি থকা অৱস্থাত যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে ৷ ইয়াৰ পিছতে ৰাইজে খবৰ দিয়ে আৰক্ষীক ৷ উক্ত ঘটনাৰ খবৰ পাই আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে ৷ বিলৰ পানীত উপঙি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা যুৱকজন ৩৭ বছৰীয়া ৰাজু চক্ৰৱৰ্তী বুলি জানিব পৰা গৈছে ৷
Read More News
T & CPrivacy PolicyContact Us