Download Now Banner

This browser does not support the video element.

ডিফু: কংগ্ৰেছ দলক জন্তুৰ লগত তুলনা কৰা অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে ডিফুত জিলা কংগ্ৰেছৰ প্ৰতিবাদ

Diphu, East Karbi Anglong | Aug 30, 2025
কংগ্ৰেছৰ দলক জন্তুৰ লগত তুলনা কৰাক লৈ আজি ৰাজ্যজুৰি কংগ্ৰেছে পালন কৰিছে প্ৰতিবাদী কাৰ্যসূচী । ডিফুতো শণিবাৰে দিনৰ ১ মান বজাত কাৰ্বি আংলং জিলা কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী পালন কৰি অশোক সিংঘালৰ বিৰুদ্ধে বিভিন্ন ধ্বনি দিয়ে ৷ জিলা কংগ্ৰেছৰ সভাপতি ৰতন ইংতিয়ে কয় যে গৰু চোৰ পাৰ্টিয়ে দেশ স্বাধীন কৰা দলটোৰ কথা কি জানে । তেওঁ মহামানৱ মহাত্মা গান্ধী ; জৱাহৰলাল নেহেৰু ; বল্লভভাই পেটেল আদি সকলোকে অপমান কৰিছে ৷ তেওঁ কয় অৱশ্যে গৰু চোৰ পাটিৰ নেতাই ইয়াতকৈ ওপৰৰ চিন্তা কৰিব নোৱাৰে
Read More News
T & CPrivacy PolicyContact Us