Download Now Banner

This browser does not support the video element.

বোকাখাত: নুমলীগড়ত যাত্ৰাৰ পথত ঐতিহাসিক খনিকৰ পুথি ভাগ কঢ়িয়াই অনা প্ৰত্যক্ষ কৰি ভক্তিপূৰ্ণ সেৱা জনায় মন্ত্ৰী অতুল বৰাই

Bokakhat, Golaghat | Sep 13, 2025
নুমলীগড়ত যাত্ৰাৰ পথত শনিবাৰে বিয়লি প্ৰায় ৪.৩০ মান বজাত ঐতিহাসিক খনিকৰ পুথি ভাগ কঢ়িয়াই অনা প্ৰত্যক্ষ কৰি ভক্তিপূৰ্ণ সেৱা জনায় মন্ত্ৰী অতুল বৰাই। মন্ত্ৰীগৰাকীয়ে যাত্ৰৰ পথত হঠাত ঐতিহাসিক খনিকৰ পুথিভাগ কঢ়িয়াই অনাৰ প্ৰত্যক্ষ কৰি কনভয় ৰখাই খনিকৰ পুথিভাগত ভক্তিভৰা সেৱা জনাই আশিস শিৰত লোৱা পৰিলক্ষিত হয়। মন্ত্ৰীগৰাকীয়ে খনিকৰ পুথিভাগত সেৱা জনাই নিজৰ লগতে অসমবাসীৰ সুমংগলৰ কামনা কৰে।
Read More News
T & CPrivacy PolicyContact Us