This browser does not support the video element.
মৰাণ: খোৱাঙত চৰকাৰী বিদ্যালয়ত ৰাজনৈতিক সভা অনুষ্ঠিত কৰাক লৈ ক্ষোভিত আছু , স্মাৰক পত্ৰ দিলে শিক্ষা বিষয়াক
Moran, Dibrugarh | Aug 28, 2025
মঙ্গলবাৰে বিয়লি খোৱাঙৰ মইনা পাৰিজাত প্ৰাথমিক বিদ্যালয়ত বিধায়ক চক্ৰধৰ গগৈৰ উপস্থিতিত অনুষ্ঠিত হয় এখন সভা।সমগ্ৰ বিষয়টোক লৈ জাঙুৰ খাই উঠিছে খোৱাং আঞ্চলিক ছাত্ৰ সন্থা। চৰকাৰী বিদ্যালয়ত ৰাজনৈতিক সভা অনুষ্ঠিত কৰাক লৈ আজি খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ এটা দলে খোৱাং শিক্ষাখণ্ডৰ বিষয়া গৰাকীক সাক্ষাৎ কৰি সমগ্ৰ ঘটনাটো গৰিহণা জনাই স্মাৰক পত্ৰ প্ৰদান কৰে।