Install App
nalbarinews
This browser does not support the video element.
নলবাৰী: চহৰত নলবাৰী উন্নয়ন প্ৰাধিকৰনৰ কাৰ্যালয়ত নলবাৰী উন্নয়ন প্ৰাধিকৰনৰ অধ্যক্ষ বনদ্বীপ ডেকাৰ উপস্থিতিত বৈঠক
Nalbari, Nalbari | Aug 28, 2025
আজি নলবাৰী উন্নয়ন প্ৰাধিকৰনৰ কাৰ্যালয়ত নলবাৰী উন্নয়ন প্ৰাধিকৰনৰ অধ্যক্ষ বনদ্বীপ ডেকাৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত প্ৰাধিকৰনৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা পৰিলক্ষিত হয়।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!