Download Now Banner

This browser does not support the video element.

আমগুৰি: জমিয়ত উলেমা- ই হিন্দ আৰু মৌলানা মেহমুদ মাদানীৰ বিৰোদ্ধে আমগুৰিত অসমীয়া যুৱ মঞ্চৰ বিক্ষোভ কাৰ্যসূচী

Amguri, Sivasagar | Aug 23, 2025
ৰাজ্যৰ মুখ্যমন্ত্ৰীক অপসাৰণ আৰু গ্ৰেপ্তাৰৰ দাবী জনোৱা জমিয়ত উলেমা- ই হিন্দ আৰু মৌলানা মেহমুদ মাদানীৰ বিৰোদ্ধে আমগুৰি নগৰত শনিবাৰে অসমীয়া যুৱ মঞ্চৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ।অসমত ধৰ্মীয় বিভাজন কৰিব বিচৰা জমিয়তৰ বিৰোদ্ধে অসমীয়া যুৱ মঞ্চৰ আমগুৰি নগৰত শনিবাৰে বিক্ষোভ কাৰ্যসূচী।
Read More News
T & CPrivacy PolicyContact Us