This browser does not support the video element.
কোকৰাঝাৰ ভাগ: দেবিতলা হাইস্কুল খেলপথাৰত কংগ্ৰেছ প্ৰাৰ্থী চহেন ব্ৰহ্মৰ হৈ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ
Kokrajhar Part, Kokrajhar | Sep 13, 2025
কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বিটিচি পৰিষদিয় সমষ্টিৰ কংগ্ৰেছ ৰ প্ৰাৰ্থী চহেন ব্ৰহ্মৰ হৈ দেবিতলা হাইস্কুল খেলপথাৰত শনিবাৰে আবেলি ৩ বজাত নিৰ্বাচনী প্ৰচাৰ চলাই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈই। হাজাৰ হাজাৰ ৰাইজে অংশগ্ৰহন কৰা এই সভাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাৱে সমালো কৰে গৌৰৱ গগৈই। লগতে UPPL দলক কঠোৰ ভাৱে সমালোচনা কৰি বিটিআৰ ত উন্নয়ন কৰাত বিফল হোৱা বুলি দাবী কৰে গৌৰৱ গগৈই।