Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: চাৰিআলি আমবাৰীত আৰু ঠাকুৰবাৰী মন্দিৰত শ্ৰী শ্ৰী গণেশ পুজাত শ-শ ভক্তৰ ভিৰ

Biswanath, Biswanath | Aug 28, 2025
বিশ্বনাথ চাৰিআলিৰ আমবাৰীত সাৰ্বজনীন শ্ৰী শ্ৰী গণেশ পুজা সমিতিৰ উদ্যোগত বিশ্বনাথ বাসী ৰাইজৰ সহযোগত কালিৰপৰা উলহ-মালহৰে শ্ৰী শ্ৰী গণেশ চতুৰ্থী পুজা উদযাপন কৰে। ভক্তসকলে আজিৰ এই পবিত্ৰ দিনটোত পুৱা ভাগৰেপৰা সন্ধ্যা ভাগলৈকে মণ্ডপত ধূপ দ্বীপ নৈবদ্য আদি অৰ্পণ কৰি গণেশ দেৱতাক পুজা অৰ্চনা কৰি সেৱা গ্ৰহণ কৰে শ-শ ভক্তসকলে ।বিশ্বনাথ চাৰিআলিৰ ঠাকুৰবাৰী মন্দিৰত গণেশ পুজাত শ-শ ভক্তপ্ৰাণ ৰাইজে ধূপ দ্বীপ নৈবদ্য আদি আগবঢ়াই গণেশ দেৱতাৰ আশীৰ্বাদ লয়৷
Read More News
T & CPrivacy PolicyContact Us