This browser does not support the video element.
ধেমাজি: চিমেন চাপৰিত ৰাজ্যিক ভিত্তিত ফুটবল প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠান ও চুড়ান্ত খেল অনুষ্ঠিত
Dhemaji, Dhemaji | Sep 28, 2025
চিমেন চাপৰিত ৰাজ্যিক ভিত্তিত ফুটবল প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠান ও চুড়ান্ত খেল অনুষ্ঠিত দেওবাৰে আবেলি চাৰি বজাত চিমেন চাপৰি ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত স্বৰ্গীয় লাইচুমা বসুমতাৰী সোঁৱৰণী নগদ প্ৰাইজমনি ফুটবল টুৰ্ণামেন্টৰ আজি চুড়ান্ত খেলখন অনুষ্ঠিত কৰা হয়। আজি এই চূড়ান্ত খেলখনত জুবিন গাৰ্গ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা লগতে ᴋᴀʀꜱᴀɴɢ ꜰᴄ (ᴍᴀᴊᴜʟɪ) তথা ᴜɴɪᴛᴇᴅ x