Download Now Banner

This browser does not support the video element.

ধেমাজি: সদৰত চিঞৰ উদ্যোগত ভূপেন দাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ৫০০ শিশু ৰ মানুহে মানুহৰ বাবে গীত পৰিবেশন

Dhemaji, Dhemaji | Sep 8, 2025
চিঞৰ ধেমাজি জিলা সমিতিৰ সৌজন্যত ভূপেন দাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হয়।আজি উক্ত অনুষ্ঠানত ৫০০ শিশু দ্বাৰা মানুহে মানুহৰ বাবে ভূপেন দা গীত পৰিবেশ, ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত সোমবাৰে আবেলি প্ৰায় এক মান বজাত ধেমাজি জিলা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত জিলা প্ৰশাসনৰ সহযোগত সুধা কন্ঠ ভূপেন হাজৰিকাৰ দেৱৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হয়।
Read More News
T & CPrivacy PolicyContact Us