Download Now Banner

This browser does not support the video element.

ধেমাজি: ধেমাজিত দূৰ্ঘটনাত ৰোধৰ উদ্দেশ্য জিলা পৰিবহন বিভাগৰ বাটৰ নাট, উপস্থিত জিলা পৰিবহন বিষয়া

Dhemaji, Dhemaji | Sep 30, 2025
ধেমাজিত দূৰ্ঘটনাত ৰোধৰ উদ্দেশ্য জিলা পৰিবহন বিভাগৰ বাটৰ নাট।মঙ্গল বাৰে ধেমাজি নগৰত ধেমাজি জিলা দিৱস আৰু শাৰদীয় দূৰ্গোৎসৱত দূৰ্ঘটনা ৰোধৰ বাবে পথচাৰীক সজাগ কৰিবলৈ ধেমাজি জিলাৰ পৰিবহন বিভাগৰ উদ্যোগত বাটৰ নাট প্ৰদৰ্শন কৰা হয়। বিভিন্ন সময়ত পথেদি যাতায়ত কৰা লোকক সজাগ কৰা ক্ষেত্ৰত আৰু হেলমেট নিপিন্ধাকৈ মটৰ চাইকেল চলোৱা লগতে অন্যান্য বিভিন্ন,
Read More News
T & CPrivacy PolicyContact Us