Download Now Banner

This browser does not support the video element.

গুৱাহাটী: মহানগৰীত চাঞ্চল্যকৰ ঘটনা,এপল' এক্সেলকেয়াৰ হাস্পতালত ভুল চিকিৎসাৰ বাবে এগৰাকী মহিলাৰ মৃত্যুৰ অভিযোগ

Guwahati, Kamrup Metropolitan | Sep 9, 2025
মঙলবাৰে মহানগৰীত চাঞ্চল্যকৰ ঘটনা,এপল' এক্সেলকেয়াৰ হাস্পতালত ভুল চিকিৎসাৰ বাবে এগৰাকী মহিলাৰ মৃত্যুৰ অভিযোগ।মহিলা গৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে মহিলাৰ মৃত্যুৰ অভিযোগ পৰিয়ালৰ। চিকিৎসক আৰু চিকিৎসালয়ৰ বিৰুদ্ধে আইনগত ব্যবস্থা লোৱাৰ সিদ্ধান্ত পৰিয়ালৰ।
Read More News
T & CPrivacy PolicyContact Us