Install App
shivbhakti
This browser does not support the video element.
গুৱাহাটী: মহানগৰীৰ বৰবাৰীত ভয়ংকৰ ঘটনা, ল'জৰ একেটা কোঠাতে উদ্ধাৰ দুটাকৈ মৃতদেহ,ঘটনাস্থলীত উপস্থিত আৰক্ষী
Guwahati, Kamrup Metropolitan | Sep 7, 2025
দেওবাৰে মহানগৰীৰ বৰবাৰীত ভয়ংকৰ ঘটনা ল'জৰ একেটা কোঠাতে উদ্ধাৰ দুটাকৈ মৃতদেহ । এটি কিশোৰসহ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ বৰবাৰীৰ গেষ্ট হাউচত। মৃত যুৱকজন ৩৫ বছৰীয়া মকিবুৰ হুছেইন বুলি চিনাক্ত। কিশোৰজনক হত্যা কৰি মকিবুৰে চৰমপন্থা বাছি লোৱাৰ সন্দেহ। ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ দল।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!