Download Now Banner

This browser does not support the video element.

টিহু ভাগ: নতুন দেহৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বানেকুছিত অনুষ্ঠিত হয় প্ৰতিনিধি সভা

Tihu Part, Nalbari | Sep 1, 2025
নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত নতুন দেহৰ আঞ্চলিক ছাত্ৰ সন্থাই মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয় বানেকুছিত অনুষ্ঠিত হয় প্ৰতিনিধি সভা। সভাত আছুৰ জিলাৰ নেতৃত্ব উপস্থিত থাকে লগতে উপস্থিত থাকে আছুৰ কেন্দ্ৰীয় উপসভাপতি ভৱজিৎ বেজবৰুৱা, ইফালে নতুনকৈ নতুন দেহৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সমিতি খন গঠন কৰা হয়।
Read More News
T & CPrivacy PolicyContact Us