Install App
jitumonisaikia444
This browser does not support the video element.
লংকা: বিধায়ক ৰামকৃষ্ণ ঘোষে ১নং কাকী কান্দুৰাৰ ৫ ভাগ নামঘৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰা আৰ্থিক সাহায্য কৰে প্ৰদান
Lanka, Hojai | Sep 10, 2025
হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষে ১নং কাকী কান্দুৰা গাও পঞ্চায়তৰ অন্তৰ্গত ৫ ভাগ নামঘৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰেৰণ কৰা শুভেচ্ছা আৰু আৰ্থিক সাহায্য প্ৰদান কৰে।লগতে ভগৱানৰ শ্ৰীচৰণত সেৱা আৰু স্হানীয় ভকত বৈষ্ণৱৰ লগত মতবিনিময় কৰে বিধায়ক গৰাকীয়ে। উক্ত ক্ষণত বিধায়ক গৰাকীৰ লগত উপস্থিত থাকে কেইবাজনো বিজেপি কৰ্মকৰ্তা
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!