Download Now Banner

This browser does not support the video element.

উত্তৰ লক্ষীমপুৰ: চিলনীবাৰীত চতুৰ্থ ত্বম কৰম উৎসৱৰ জাৱা উঠোৱা কাৰ্য্যসূচী

North Lakhimpur, Lakhimpur | Sep 9, 2025
লখিমপুৰৰ চিলনীবাৰী চাহ বাগিছাৰ ৩ নং খেলপথাৰত অহা ১৩ আৰু ১৪ ছেপ্টেম্বত অনুষ্ঠিত হ'ব চতুৰ্থ ত্বম কৰম উৎসৱ উদযাপন অনুষ্ঠান । চিলনীবাৰী ACMS প্ৰাথমিক সমিতি আৰু ATTSA উপ শাখা সমিতিৰ উদ্যোগত আৰু চিলনীবাৰী চাহ বাগিছাৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হ'ব লগা চতুৰ্থ ত্বম কৰম উৎসৱৰ মঙ্গলবাৰ "জাৱা" উঠোৱা কাৰ্য্যসূচী সম্পন্ন হয় ।।
Read More News
T & CPrivacy PolicyContact Us