Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: ঢেকীয়াজুলি সম-জিলা আৰক্ষী অধীকক্ষকৰ দায়িত্ব গ্ৰহণ কৰি ঢেকীয়াজুলিত মন্তব্য আৰক্ষী অধীক্ষকৰ

Dhekiajuli Part, Sonitpur | Sep 2, 2025
ঢেকীয়াজুলি সম-জিলা আৰক্ষী অধীকক্ষকৰ দায়িত্ব গ্ৰহণ কৰি মংগলবাৰে বিয়লি অনুমানিক পাঁচ বজাত মন্তব্য ঢেকীয়াজুলি সম-জিলাৰ আৰক্ষী অধীকক্ষক ভাৰ্গব মণি দাসৰ ৷ ঢেকীয়াজুলি সম-জিলা আৰক্ষী অধীকক্ষকৰ কাৰ্যালয় সুচাৰুৰূপে পৰিচালনৰ কৰিবলৈ সকলোৰে সহযোগ কামনা কৰিলে ভাৰ্গব মনি দাসে ৷
Read More News
T & CPrivacy PolicyContact Us