Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: খেল মহাৰণৰ পাছতে ৰাষ্ট্ৰীয় কাবাডী প্ৰতিযোগিতাত অসম দলৰ হৈ প্ৰতিনিধিত্ব কৰাৰ বাবে নিৰ্বাচিত হ'ল বগীবিলৰ সুনিল নেৱাৰ

Dibrugarh East, Dibrugarh | Sep 9, 2025
অসম চৰকাৰৰ অধীনত অনুষ্ঠিত হোৱা খেল মহাৰণে উলিয়াই আনিলে ডিব্ৰুগড় বগীবিলৰ এজন ছাত্ৰৰ প্ৰতিভা । ডিব্ৰুগড়ৰ সম্পূৰ্ণা কেন্দ্ৰ বিদ্যালয়ত অধ্যয়ন কৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ সুনিল নেৱাৰে CBSE ৰ অধীনত বিহাৰত অনুষ্ঠিত হ'ব লগা ৰাষ্ট্ৰীয় কাবাডী প্ৰতিযোগিতাত অসম দলৰ হৈ প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে। ইয়াৰ পাছতেই যুৱ নেতা পৰাগ দত্ত লগতে বিভিন্ন জনে নিজ গৃহত সম্বৰ্ধনা জনাই খেলুৱৈ গৰাকীক ।
Read More News
T & CPrivacy PolicyContact Us