This browser does not support the video element.
সোণাৰি: সোণাৰিত বিপদসংকুল ভাৱে মুক্ত বালী কঢ়িওৱাক লৈ সোণাৰিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সম্পাদকৰ প্ৰতিক্ৰিয়া
Sonari, Charaideo | Aug 27, 2025
চৰাইদেউ জিলাৰ সোণাৰিত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সম্পাদক লংকেশ্বৰ গগৈয়ে ডাম্পাৰত বিপদ সংকুল ভাৱে মুক্ত অৱস্থাত বালী কঢ়িওৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। জিলাখনৰ বিভিন্ন প্ৰান্তৰে দুচকীয়া বাহনেৰে যাত্ৰা কৰা চালক তথা পথচাৰীয়ে নানান সময়ত এনেদৰে মুক্ত অৱস্থাত ডাম্পাৰে বালী কঢ়িওৱাক লৈ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে বুলি মত পোষণ কৰে সংগঠনটোৰ সম্পাদক গৰাকীয়ে। মুক্তকৈ বালী ভৰ্তি কৰি ডাম্পাৰেৰে নিয়াৰ পথত এই বালি চকুত সোমোৱাৰ ফলত কিছু কি