Install App
gugamukhlive
This browser does not support the video element.
ধেমাজি: ধেমাজিত গাহৰি মাংস বেচা কিনা নিষিদ্ধ,গাহৰি দেহত ছোৱাইন ফ্লুৰ আতংক ধৰা পাৰত এই সিদ্ধান্ত জিলা প্ৰশাসনৰ
Dhemaji, Dhemaji | Sep 10, 2025
ধেমাজিত গাহৰি মাংস বেচা কিনা নিষিদ্ধ,গাহৰি দেহত ছোৱাইন ফ্লুৰ আতংক ধৰা পাৰত এই সিদ্ধান্ত জিলা প্ৰশাসনৰ ।ছোৱাইন ফ্লুৰ অৱস্থিতি গাহৰি মাংস বেচা-কিনাত নিষেধাজ্ঞা জিলা প্রশাসনৰ।ছোৱাইন ফ্লুত আক্রান্ত অঞ্চলৰ ১০ কিঃমিঃৰ ভিতৰত এই নিষেধাজ্ঞা জিলা প্ৰশাসনৰ ধেমাজি গোহাঁই গাঁও আৰু নলনি পাম অঞ্চলত ধৰা পাৰত এই সিদ্ধান্ত জিলা প্ৰশাসনৰ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!