Download Now Banner

This browser does not support the video element.

বোকাখাত: কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান,মুকলি অনুষ্ঠানত উপস্থিত থাকিব বনমন্ত্ৰীঃকঁহৰাত উদ্যান সঞ্চালক

Bokakhat, Golaghat | Sep 25, 2025
শুক্ৰবাৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। মুকলি অনুষ্ঠানত উপস্থিত থাকিব বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী। বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪ বজাত কঁহৰাত জনালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ড০ সোণালী ঘোষে। এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল প্ৰথমে আংশিকভাৱে মুকলি হ'ব বুলি সদৰী কৰে সঞ্চালকগৰাকীয়ে। ইফালে মুকলি অনুষ্ঠানত বনমন্ত্ৰীগৰাকীৰ উপৰিও মন্ত্ৰী অতুল বৰা, মন্ত্ৰী অজন্তা নেওগো উপস্থিত থাকিব।
Read More News
T & CPrivacy PolicyContact Us