Download Now Banner

This browser does not support the video element.

মৰঙী: ২নং পোৰাজংঘলত বন্যহস্তীৰ তাণ্ডৱ, ভাঙি লণ্ড-ভণ্ড কৰে ভাৱন গড় নামৰ এজন লোকৰ বাসগৃহসহ ভঁৰাল ঘৰ

Morangi, Golaghat | Sep 12, 2025
২নং পোৰাজংঘলত বন্যহস্তীৰ তাণ্ডৱ। ভাঙি লণ্ড-ভণ্ড কৰে ভাৱন গড় নামৰ এজন লোকৰ বাসগৃহসহ ভঁৰাল ঘৰ। শুক্ৰবাৰে দিনৰ প্ৰায় ১১ বজাত ভুক্তভোগীয়ে জানিবলৈ দিয়ে যে, পুৱতি নিশা বন্যহস্তীয়ে ভাঙি তচনচ কৰে বাগসৃহ। মুৰফলনি খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ ২নং পোৰাজংঘলত বন্যহস্তী পুনৰ তাণ্ডৱ। বন্যহস্তীয়ে পুৱতি নিশা ভাৱন গড় নামৰ লোকজনৰ বাসগৃহ আৰু ভঁৰাল সম্পূৰ্ণৰূপে ভাঙি খাস্তাং কৰে। বন্যহস্তীৰ উপদ্ৰৱত এতিয়া বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে অঞ্চলবাসীয়ে।
Read More News
T & CPrivacy PolicyContact Us