This browser does not support the video element.
গোলাঘাট: প্ৰধানমন্ত্ৰীৰ গোলাঘাট ভ্ৰমণৰ প্ৰাকক্ষণত গোলাঘাটৰ কৰ্টৰোডত কা' বাতিলৰ দাবীত কʼলা পতাকা প্ৰদৰ্শনেৰে কৃষক মুক্তিৰ প্ৰতিবাদ
Golaghat, Golaghat | Sep 13, 2025
প্ৰধানমন্ত্ৰীৰ গোলাঘাট ভ্ৰমণৰ প্ৰাকক্ষণত গোলাঘাটৰ কৰ্টৰোডত শনিবাৰে দিনৰ প্ৰায় ১ বজাত কা' বাতিলৰ দাবীত কʼলা পতাকা প্ৰদৰ্শন কৰি কৃষক মুক্তি সংগ্ৰাম সমিতি, গোলাঘাট জিলা সমিতিৰ উত্তাল প্ৰতিবাদ। কা' বাতিলৰ দাবীত গোলাঘাট সদৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ। সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুত শইকীয়াৰ নেতৃত্বত সদস্যসকলে কা' বিৰোধীতা কৰাৰ লগতে দেশৰ গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠে। সংগঠনটোৰ দাবী অসমে হিন্দুৱে হওক বা মুছলমানে হওক কোনো বিদেশীৰ বোজা গ্ৰহণ নকৰে।