Download Now Banner

This browser does not support the video element.

ডিফু: হামৰেণত কেচিএছৰ ৩৩ সংখ্যক মাণ্ডলিক যুৱ মহোৎসৱকলৈ কাকৰ এমএচি হেডছিং ৰংফাৰৰ পুণৰীক্ষণ বৈঠক

Diphu, East Karbi Anglong | Sep 13, 2025
শণিবাৰে বিয়লি প্ৰায় ৪ মান বজাত কেচিএছৰ ৩৩ সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱকলৈ হামৰেণৰ হাবে ডেংজা স্পৰ্টছ কমপ্লেক্সত এখনি গুৰুত্বপূৰ্ণ পুণৰীক্ষণ বৈঠকত মিলিত হয় কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এমএচি হেডছিং ৰংফাৰে ৷ উক্ত বৈঠকত ছচেঙৰ ভিডিচি চেয়াৰমেন জয়চিং ক্ৰনিলীপ, হামৰেণ মিউনিচিপালটি বোৰ্ডৰ ভাইছ চেয়াৰমেন জয়ছিং ইংতি উপস্থিত থাকে ৷ উক্ত বৈঠকত ৩৩ সংখ্যক কাৰ্বি মাণ্ডলিক যুৱ মহোৎসৱটি সাফল্যমণ্ডিত কৰি তুলিবলৈ গঠনমূলক আলোচনা কৰা হয় ৷
Read More News
T & CPrivacy PolicyContact Us