Download Now Banner

This browser does not support the video element.

লংকা: লংকাভেটা গাওপঞ্চায়তৰ ৮নং বাৰ্ডৰ পথৰ দূৰৱস্হাৰ বাবে বাৰ্ডটোৰ প্ৰায় তিনি শতাধিক ৰাইজে যাতায়াতৰ ক্ষেত্রত জমৰজাতনাত ভোগিছে

Lanka, Hojai | Aug 31, 2025
লংকাভেটা গাওপঞ্চায়তৰ ৮ নং বাৰ্ডৰ পথৰ দূৰৱস্হাৰ বাবে বাৰ্ডটোৰ প্ৰায় তিনি শতাধিক ৰাইজে যাতায়াতৰ ক্ষেত্রত জমৰজাতনাত ভোগিছে। দেওৱাৰে পূৱা ১০ মান বজাত উক্ত ৮ নং বাৰ্ডৰ একাংশ ৰাইজ পথলৈ উলাই আহি পথত ভূই ৰুই সাৱস্ত কৰে প্ৰতিবাদ। সামান্য এজাক বৰষুণ দিলেই পথৰ জৰাজীৰ্ণ অৱস্হাৰ বাবে এম্বুলেন্স, বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু বাৰ্ডটোৰ ৰাইজ উক্ত পথেৰে অহা-যোৱা কৰিব নোৱাৰে। জনপ্ৰতিনিধিক আবেদন নিবেদন দিয়া পিছতো বিষয়টো গুৰুত্বসহকাৰে নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্হানীয় একাংশ ৰাইজে।
Read More News
T & CPrivacy PolicyContact Us