Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: মুঠতে মুছলমান মানুহক টাৰ্গেট কৰি লৈছে চৰকাৰে,বাঘমাৰীত উচ্ছেদিত লোকৰ মন্তব্য

Biswanath, Biswanath | Sep 3, 2025
অহা ৭ তাৰিখে চলিব প্ৰশাসনৰ বুলডোজাৰ। বিশ্বনাথ জিলা প্ৰশাসনে বাঘমাৰীত মণ্ডৰ জৰিয়তে অবৈধভাবে বেদখলকাৰীক ১৫ দিনৰ বাবে জাননী জাৰী কৰি চৰকাৰী ভূমি এৰি নিজৰ স্থানলৈ উভতি যাবলৈ নিৰ্দেশ দিয়া হৈছে।তেনে সময়ত ক্ষুভিত উচ্ছেদিত লোকে সংবাদমাধ্যমৰ জৰিয়তে চৰকাৰ তীব্ৰ সমালোচন কৰিছে। লগতে কয় যে মুঠতে মুছলমান মানুহক টাৰ্গেট কৰি লৈছে চৰকাৰে । আনকি চৰকাৰে হিন্দু মুছলমান কৰি আছে। কিন্তু আমি সদায় হিন্দু লগতে ঘূৰি আছো ।
Read More News
T & CPrivacy PolicyContact Us