This browser does not support the video element.
বিহপুৰীয়া: ২ নং আহমেদপুৰত ৰাইজে দুটা ড্ৰাগছ ভৰ্তি কন্টেইনাৰৰ সৈতে এজনক আটক কৰি গটালে আৰক্ষীক
Bihpuria, Lakhimpur | Sep 5, 2025
১২ ঘণ্টাৰ ভিতৰত লখিমপুৰৰ ২ নং আহমেদপুৰত ৰাইজে কৰায়ত্ত কৰিলে দ্বিতীয়টো ড্ৰাগছ কিনোতা। লখিমপুৰ জিলাৰ ২ নং আহমেদপুৰত পুনৰ শুক্ৰবাৰে ৰাইজে সন্দেহযুক্ত ড্ৰাগছৰ সৈতে এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । ৰাইজে আটক কৰা যুৱকজন ফতেহপুৰৰ আছাদুল ইছলাম বুলি জানিব পৰা গৈছে । বঙালমৰা আৰক্ষীক ছমজাই দিয়ে ৰাইজে ।