Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: চিৰাং দুৱাৰ আৰু বাওঁখুংগ্ৰী নিৰ্বাচনী হিংসাকলৈ দলৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত তীব্ৰ প্ৰতিক্ৰিয়া হাগ্ৰামা মহিলাৰীৰ

Kokrajhar Part, Kokrajhar | Sep 10, 2025
চিৰাং দুৱাৰ আৰু বাওঁখুংগ্ৰী সমষ্টিত হোৱা নিৰ্বাচনী হিংসাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীই । প্ৰশাসনক কঠোৰ ভাৱে আক্ৰমণকাৰীৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ আহ্বান কৰিছে হাগ্ৰামা মহিলাৰীই। বুধবাৰে কোকৰাঝাৰ চহৰৰ বিপিএফ ৰ কেন্দ্ৰীয় কাৰ্যালয়ত আবেলি ৪ বজাত সংবাদ মেল সম্বোধন কৰি প্ৰকাশ কৰি এই বিষয়কলৈ ভোটাৰ ৰাইজে ক আতংক নহবকৈও আহ্বান জনায় আৰু প্ৰমোদ বড়োক নিজৰ কৰ্মী ক সংযোম হবলৈ আহ্বান জনালে হাগ্ৰামা মহিলাৰীই।
Read More News
T & CPrivacy PolicyContact Us