Download Now Banner

This browser does not support the video element.

ধেমাজি: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলাৰ যুটীয়া সম্পাদক দুৰ্গা বৰা ৰ whatsapp হেক,গোগামুখত আৰক্ষী থানাত এজাহাৰ

Dhemaji, Dhemaji | Aug 30, 2025
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলাৰ যুটীয়া সম্পাদক দুৰ্গা বৰা ৰ whatsapp হেক,গোগামুখ আৰক্ষী থানাত এজাহাৰ।ডিজিটেল যুগত বিভিন্ন কাম কাজ কৰাত সহায় হৈচে।তাৰ সমান্তৰাল ভাৱে।শনিবাৰে দিনৰ প্ৰায় 12,45 মিনিট ধেমাজি জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দুৰ্গা বৰা বিয়ক্তিগত whataspp নম্বৰ হেকাৰে হেক কৰি whstapp D,P ত এজন আৰক্ষী বিষয়া ফটো লগোৱা অভিযোগ উত্থাপন কৰে ।
Read More News
T & CPrivacy PolicyContact Us