Download Now Banner

This browser does not support the video element.

ওদালগুৰি: মানুহমাৰী-বড়িগাওঁ,দীঘলীপাৰ,চুঙাবুদ্ধিত বিধায়ক চৰণ বড়োবে ৩টা নিৰ্বাচনী কাৰ্যালয় শুভ উদ্ধোধন কৰে

Udalguri, Udalguri | Sep 9, 2025
বিটিআৰৰ ৪০নং ৰৌতা পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী তথা মাজবাট বিধান সভা সমষ্টিৰ বিধায়ক চৰন বড়োৱে আজি পুৱা আঠ বজাৰ পৰা ১২ বজাৰ ভিতৰত পানবাৰী ভিচিডিচিৰ অন্তৰ্গত মানুহমাৰী , বড়িগাও দীঘলীপাৰ আৰু চুঙাবুদ্ধিত মুঠ তিনিখনকৈ নিৰ্বাচনী সভাত অংশ গ্ৰহন কৰি ভাষন ৰখাৰ লগতে তিনিটাকৈ নিৰ্বাচনী কাৰ্য্যালয়ৰ শুভ উন্মোচন কৰে
Read More News
T & CPrivacy PolicyContact Us