Download Now Banner

This browser does not support the video element.

ধেমাজি: বৰদলনি খণ্ড উন্নয়ন বিষয়া কায্যালয়ৰ চৌহদত কনফাৰেন্স হল শুভ উদ্বোধন অনুষ্ঠান, উপস্থিত জিলাৰ আয়ুক্ত ৰাহুল সুৰেশ জাবীৰ

Dhemaji, Dhemaji | Sep 4, 2025
বৰদলনি খণ্ড উন্নয়ন বিষয়া কায্যালয়ৰ চৌহদত কনফাৰেন্স হল শুভ উদ্বোধন অনুষ্ঠান, উপস্থিত জিলাৰ আয়ুক্ত ৰাহুল সুৰেশ জাবীৰ বৃহস্পতি বাৰে দিনৰ তিনি বজাত বৰদলনি খণ্ড উন্নয়ন বিষয়া কায্যালয়ৰ চৌহদত কনফাৰেন্স হল শুভ উদ্বোধন অনুষ্ঠান আয়োজন কৰা হয়, আজি উক্ত অনুষ্ঠানত বৃক্ষৰোপণ কৰি নৱ নিৰ্মিত কনফাৰেন্স হল টো শুভ উদ্বোধন কৰে ধেমাজি জিলাৰ আয়ুক্ত ৰাহুল সুৰেশ জাবীৰে। ই
Read More News
T & CPrivacy PolicyContact Us