This browser does not support the video element.
জলহ ভাগ: জ্যোতিনগৰত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত
Jalah Part, Baksa | Sep 1, 2025
জ্যোতিনগৰত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত । আগন্তুক বিটিচি নিৰ্বাচন কেন্দ্ৰ কৰি জ্যোতিনগৰত ভাৰতীয় জনতা পাৰ্টীয়ে কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত কৰে । আজিৰ কাৰ্যকৰ্তা সন্মিলনত উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু মথনগুৰী পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী গৌতম দাস আৰু মথনগুৰী মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টিৰ মণ্ডল সভাপতি ঘনশ্যাম বৰ্মনৰ সৈতে বিভিন্ন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকলে ।