Download Now Banner

This browser does not support the video element.

বিহপুৰীয়া: ঢেকীয়াজুলিত মৃতদেহ উদ্ধাৰ,নদীৰ পাৰৰ পথাৰত মৃত অৱস্থাত উদ্ধাৰ স্থানীয় যুৱক চিমন হৰ

Bihpuria, Lakhimpur | Aug 28, 2025
লখিমপুৰ জিলাৰ লালুক ঢেকীয়াজুলিত বৃহস্পতিবাৰে এটা মৃতদেহ উদ্ধাৰ হয় । সৃষ্টি হয় তীব্ৰ চাঞ্চল‍্যৰ । ঢেকীয়াজুলি নদীৰ পাৰত পথাৰত মৃত অৱস্থাত উদ্ধাৰ স্থানীয় যুৱক চিমন হৰৰ মৃতদেহ । ঘটনাস্থলীত লালুক আৰক্ষীৰ লগতে ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ মৃতদেহ টো মৰোনোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।
Read More News
T & CPrivacy PolicyContact Us