This browser does not support the video element.
সোণাৰি: চৰাইদেউ জিলাত ১৬ বছৰীয়া কিশোৰীক বিয়াৰ প্ৰলোভন দি অপকৰ্ম, ৫ মাহৰ গৰ্ভৱতী
Sonari, Charaideo | Sep 13, 2025
চৰাইদেউ জিলাত এগৰাকী ১৬ বছৰীয়া কিশোৰীক অপকৰ্ম এজন যুৱকৰ। বিভিন্ন প্ৰলোভনেৰে ঘটনাৰ গাপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ লম্পক যুৱকৰ বিৰুদ্ধে। প্ৰথমে প্ৰেম আৰু তাৰ পাছত ম'বাইল ফোন উপহাৰ হিচাপে দি নাৱালিকা কিশোৰিক বিয়াৰ প্ৰলোভান দি অপকৰ্ম এটা লম্পট যুৱকৰ। লম্পট যুৱকজনৰ বিৰুদ্ধে বৰহাট আৰক্ষীক এজাহাৰ দাখিল নাবালিকা কিশোৰী গৰাকীৰ মাতৃৰ। মাতৃৰ ভাষ্য অনুসৰি অঞ্চলটোৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ় খাইছিল এটা লম্পটৰ। যুৱক জনে ম'বাইল ফোনো কিশোৰী গৰাকীক উপহাৰ হিচাপে দিছিল। যেতিয়