Download Now Banner

This browser does not support the video element.

ওদালগুৰি: ওৰাঙত ৰৌতা সমষ্টিৰ বিপিএফৰ কাৰ্যালয় মুকলি কৰে বিধায়ক চৰণ বড়োৱে, ২০০ লোকৰ বিপিএফত যোগদান

Udalguri, Udalguri | Aug 24, 2025
ওদালগুৰি জিলাৰ ওৰাঙৰ ৰৌতা সমষ্টিৰ বিপিএফৰ কাৰ্যালয়টো মুকলি কৰে ৪৭নং মাজবাট বিধান সভা সমষ্টিৰ বিধায়ক চৰণ বড়োবে।এই অনুষ্ঠানটোত ৰৌতা সমষ্টিৰ ২০০ গৰাকীয়ে বিপিএফৰ নীতি আৰ্দশ ভাল পাই বিপিএফত যোগদান কৰে । এই অনুষ্ঠানটোত বিপিএফ নেতা ভাস্কৰ কছাৰী,নন্দন দে,নবজ্যোতি কুৰ্মী, মন্টু দাস, পাঁচনৈ চেৰফাং ব্লক সমিতিৰ সাধাৰণ সম্পাদক বেনু অধিকাৰী আদি বিষয়ববীয় আৰু কাৰ্যকৰ্তা সকলে অংশগ্ৰহণ কৰে ৷
Read More News
T & CPrivacy PolicyContact Us