Download Now Banner

This browser does not support the video element.

নাজিৰা: ছয় জনগোষ্ঠীক জনজাতিকৰণ আৰু টাই আহোম যুৱ পৰিষদ গঠনৰ দাবীত নাজিৰাত টাইপাৰ অৱস্থান ধৰ্মঘট

Nazira, Sivasagar | Sep 13, 2025
ছয় জনগোষ্ঠীক জনজাতি কৰণ আৰু টাই আহোম স্বায়ত্ব পৰিষদ গঠনৰ দাবীত "টাই আহোম যুৱ পৰিষদ, অসমৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে শনিবাৰে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নাজিৰাতো " টাইপা"ৰ নাজিৰা মহকুমা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে । নাজিৰা নগৰৰ মাজমজিয়াস্থ চৰকাৰী সাহাৰ্যপ্ৰাপ্ত চিকিৎসালয়ৰ কাষত সংগঠনটোৱে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে।
Read More News
T & CPrivacy PolicyContact Us