নলবাৰীত কংগ্ৰেছৰ সম্বৰ্ধনা সভা অনুষ্ঠিত হয় ।অসম প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত দুই প্ৰশাসনিক সাধাৰণ সম্পাদক প্ৰদ্যুৎ কুমাৰ ভূঞা আৰু বিপুল গগৈক নলবাৰী ৰাজীৱ ভৱনত আজি বিপুল ভাৱে সম্বৰ্ধনা জনাই নলবাৰী জিলা কংগ্ৰেছে । সভাত কংগ্ৰেছৰ কেবাগৰিও ৰাজ্যিক পৰ্যায়ৰ নেতাৰ লগতে এই উপস্থিত থাকে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক পৃথিৰাজ শ্বাথে ।