Download Now Banner

This browser does not support the video element.

জলহ ভাগ: কাটাঝাৰ গাঁৱত AIUDF নিৰ্বাচনীৰ মুখ্য কাৰ্যালয় শুভ উদ্বোধন

Jalah Part, Baksa | Sep 8, 2025
কাটাঝাৰ গাঁৱত AIUDF নিৰ্বাচনীৰ মুখ্য কাৰ্যালয় শুভ উদ্বোধন। আজি কাটাঝাৰ গাঁৱত AIUDF য়ে ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী কুৰবান আলীৰয়ে নিৰ্বাচনী মুখ্য কাৰ্যালয় শুভ উদ্বোধন কৰে। কাৰ্যলয় শুভ উদ্বোধনিত উপস্থিতত থাকে AIUDF ৰ সামাজিক মাধ্যমৰ আইটি ফ্ৰণ্টৰ অধ্যক্ষ ফাৰহাদ আলী আৰু আন আন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকলে ।লগতে কাটাঝাৰ গাঁৱৰ ৰাইজো উপস্থিত থাকে ।
Read More News
T & CPrivacy PolicyContact Us