This browser does not support the video element.
বৰক্ষেত্ৰী: নলবাৰীৰ মুকালমুৱাত মেগা স্বাস্থ্য শিবিৰ,অনুষ্ঠানত উপস্থিত জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী
Barkhetri, Nalbari | Sep 18, 2025
নলবাৰীৰ মুকালমুৱাৰ মেগা স্বাস্থ্য শিবিৰত ৬০ টাকৈ ৰোগৰ চিকিৎসা আৰম্ভ। বৰক্ষেত্ৰী জুনিয়ৰ কলেজত ৰাতিপুৱাৰ পৰা আৰম্ভ হয় চিকিৎসা সেৱা। ৫০খনকৈ গাড়ীৰে অনা নিয়া কৰা হয় ৰুগীয়া সকলক।১১ টাকৈ কোঠালিত বিভিন্ন ৰোগৰ বিশেষজ্ঞ সকলে চিকিৎসা আৰম্ভ কৰাৰ লগতে চিকিৎসা কৰিব নোৱাৰা ৰুগি সকলৰ সকলো পৰিচয় সংগ্ৰহ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰন কৰাৰ বাবে যাবতিয়া ব্যৱস্থা কৰে।