Download Now Banner

This browser does not support the video element.

টিহু ভাগ: অজগৰ সাপকলৈ হুৱাদুৱা নলবাৰীৰ জাগাৰা বস্তি চুবুৰীত, নলবাৰীৰ জাগাৰাত এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ

Tihu Part, Nalbari | Aug 21, 2025
অজগৰ সাপকলৈ হুৱাদুৱা নলবাৰীৰ জাগাৰা বস্তি চুবুৰীত। নলবাৰীৰ জাগাৰাত এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ । জগাৰা বস্তি চুবুৰী নিবাসী বশিষ্ঠ বৈশ্যৰ ঘৰৰ চৌহদত দুপৰীয়াৰ ভাগত এদাল কদম গছত বৃহত আকাৰৰ অজগৰ দেখা পায় হুৱাদুৱা লাগে লগে গৃহস্তৰ ।পিছত চুবুৰীৰ বহু সংখ্যক লোক উপস্তিত হৈ আজগৰ উদ্ধাৰ কৰিৱলৈ চেষ্টা চলাই যদিও গছৰ বহু উপৰৰ ভাগত অজগৰ ডাল ৰৈ থাকে । পৰবৰ্তী সময়ত বেলশৰ আৰক্ষীৰ আৰু বন বিভাগৰ সহযোগত সাপ ডাল উদ্ধাৰ কৰিৱলৈ সক্ষম হয় ।
Read More News
T & CPrivacy PolicyContact Us